• 2 days ago
হাফলং: উমৰাংছ' তিনি কিলো কলামাটিত অসম কয়লা খনিত দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ পৰিয়ালক আজি উমৰাংছ'ত ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ৰাজ্যৰ খনি মন্ত্ৰী কৌশিক ৰায়ে । শনিবাৰে বিয়লি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা আৰু ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ উপস্থিতত এই চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ।চেক বিতৰণ কৰি মন্ত্ৰী কৌশিক ৰায়ে কয়,"যোৱা দুই দিন আগতে মৰিগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে আজি মৃত চাৰিজন শ্ৰমিকৰ পৰিয়ালক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা ৬ লাখ টকা আৰু ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা ৪ লাখ টকাকৈ সৰ্বমুঠ ১০ লাখ টকা প্ৰদান কৰা হয় আৰু বাকী সন্ধানহীন ৫ জন শ্ৰমিকৰ পৰিয়ালক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা ৬ লাখ টকা প্ৰদান কৰা হয় । বাকী ৪ লাখ টকা পিচত প্ৰদান কৰা হ'ব ।"  মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত লগতে কয়,"মৃত শ্ৰমিকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ ক্ষতিপূৰণ কৰা সম্ভৱ নহয় । কিন্তু এই শ্ৰমিকসকলৰ পৰিয়াল ভালদৰে চলাৰ বাবে এই আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে । সন্ধানহীন ৫ গৰাকী শ্ৰমিকৰ উদ্ধাৰৰ চেষ্টা এতিয়া অব্যাহত আছে বৰ্তমানে প্ৰতিদিনে ১ হাজাৰ কোটি লিটাৰ পানী নিষ্কাষণ কৰা হৈছে ।"লগতে পঢ়ক: উমৰাংছ'ৰ কয়লা খনিত বাজিছে মৃত্যুঘন্টা; বৰ্তমানেও আবদ্ধ ৫ শ্ৰমিক - ASSAM MINING TRAGEDY

Category

🗞
News
Transcript
00:00The government said that if Anu's husband comes, they will not do anything.
00:07The government said that Anu's husband is also there.
00:11They said that they will do something.
00:14They said that they will do something.
00:16I have two sons.
00:18I have two sons.
00:20I have two sons.
00:22I have two sons.
00:24I have two sons.
00:26It came from outside itself.
00:30My husband has a family who's been married.
00:33My husband has a family who's been married.
00:35He was called Sharma Baraman at that time.
00:38They were married for two.
00:40funds
00:42point
00:44How many times have you called me?
00:46Call my husband right now.
00:48Point
00:52To some conversation
00:54What was supposed to happen has happened, but I consider the government's decision to come
01:03and take care of the poor to be the best.
01:07But this should not happen in the future.
01:12And secondly, today we got the cheque, we got the money, but there is no happiness in it.
01:18We have given our lives for it.
01:21Secondly, I would like to say that his wife and his child, who is two months old,
01:28the government will have to see something for their future.
01:32That is why I have also become old.
01:34It has been 54 years since I was born in 1971.
01:37I have also met my family.
01:39How old are you?
01:40He is my son-in-law, younger son-in-law.
01:43What is your name?
01:44Lijan Magar.
01:45I am very happy to be here.
01:47On the occasion of Kalamati Umrang Sujai, on the 100th of January,
01:52nine people were missing.
01:56I have come here to express my condolences to them.
01:59Five people are missing.
02:01The Chief Minister, Dr. Himanta Biswa Sharma Dangoria,
02:04two days ago, when there was a cabinet meeting in Morigaon,
02:09he had announced that he would give Rs. 10 lakhs to the families of the missing people.
02:16Today, I have received Rs. 10 lakhs for the dead bodies.
02:21For this, I have handed over Rs. 100 lakhs to the Chief Minister and Relief Fund.
02:28I have also handed over Rs. 10 lakhs to the Ashram.
02:36I have handed over Rs. 10 lakhs to the Ashram.
02:42I have handed over Rs. 10 lakhs to the Ashram.

Recommended