নলবাৰী : কাইলৈ মাঘ বিহুৰ উৰুকা । ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত । সকলোৱে ব্য়স্ত হৈছে নাৰিকল,তিলৰ লাড়ু-পিঠা প্ৰস্তুত কৰাত । সমান্তৰালভাৱে থলুৱা উদ্যোগত প্ৰস্তুত কৰা এইবোৰ সামগ্ৰী বজাৰত মেলি দিছে বিক্ৰীৰ বাবে ।উৰুকাৰ প্ৰাকক্ষণত নলবাৰীৰ এটি ১২/১৫ জনীয়া মহিলাৰ দলে দিনে-নিশাই ব্যস্ত লাড়ু- পিঠা প্ৰস্তুত কৰাত । নলবাৰীৰ জেবি ফুড্ প্ৰডাক্ট নামৰ ক্ষুদ্ৰ উদ্যোগটোৰ মহিলাসকলে এতিয়া ভোগালীক আদৰাৰ আখলত ব্যস্ত । মূৰ তুলি চাবলৈ নাই আহৰি । কেৱল পিঠা আৰু লাড়ু বনাই সেইবোৰ বজাৰলৈ প্ৰেৰণৰ বাবে ব্য়স্ত হৈ পৰিছে ।উদ্যোগটোৰ স্বত্বাধিকাৰীগৰাকীয়ে এই প্ৰসংগত কয়,"ভোগালী বিহু বুলি ইতিমধ্যে হাজাৰ হাজাৰ লাড়ু পিঠাৰ লগতে অন্যান্য খাদ্য সামগ্ৰী প্ৰস্তুত কৰি বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰিছো । হাজাৰ হাজাৰ লাড়ু পিঠাৰ লগতে অন্যান্য খাদ্য সামগ্ৰী প্ৰস্তুত কৰিছো । উদ্যোগটোত ১৫ গৰাকী মহিলাই এইসমূহ খাদ্য প্ৰস্তুত কৰিছে ।" ভোগালীত তেওঁলোকে এইবাৰ প্ৰায় ১০ লাখ টকাৰ লাড়ু-পিঠা আদি প্ৰস্তুত কৰা বুলি কয় উদ্যোগটোৰ স্বত্বাধিকাৰীগৰাকীয়ে । উৎপাদিত সামগ্ৰী সমূহ নলবাৰীৰ লগতে পাৰ্শ্চৱৰ্তী ৰঙিয়া, মহানগৰীৰ খানাপাৰা ,দীঘলীপুখুৰীৰ বজাৰত তেওঁলোকে এইবোৰ বিক্ৰী কৰিছে । লগতে পঢ়ক:মহানগৰবাসীয়ে পাহৰিলে নেকি ভোগালীৰ ভোগৰ ৰন্ধন প্ৰকৰণ ? - BHOGALI BIHU 2025বজাৰত উপলব্ধ মেজি-ভেলাঘৰ - READY MADE MEJI AND BHELAGHAR
Category
🗞
NewsTranscript
00:30I have been working in Gwadi, Digali, Pukhri, Chhanaparath, Madad, Bishkek, Nalbari, Barpeta
00:46I have worked for 12-15 years in BITOC.
01:01I have worked for 10 lakhs in BITOC.
01:06I have worked for 10-12 years in BITOC.
01:20I have worked for 12 years in BITOC.
01:26My name is Sri Hawali Raka Varman.
01:28My name is Sri Hawali Raka Varman.
01:32I have worked for 12 years in BITOC.
01:36I have worked for 12 years in BITOC.
01:41I have worked for 12 years in BITOC.
01:49I have worked for 12 years in BITOC.
01:58I have worked for 12 years in BITOC.
02:07I have worked for 12 years in BITOC.
02:15I have worked for 12 years in BITOC.
02:22I have worked for 10 lakhs in BITOC.
02:29I have worked for 12 years in BITOC.