• 2 days ago
ৰঙিয়া : বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাগত । অৱশ্যে এতিয়াও নিৰ্বাচনৰ বাবে কোনো দিন-তাৰিখ ঘোষণা কৰা হোৱা নাই । কিন্তু তাৰ মাজতে একপ্ৰকাৰ যেন নিৰ্বাচনৰ বাবে সাজু বি টি এ ডিৰ শাসনাধিষ্ঠিত ইউ পি পি এল । এই কথা প্ৰকাশ পাইছে বি টি এ ডি প্ৰধান প্ৰমোদ বড়োৰ ভাষ্যত ।সোমবাৰে বি টি এ ডি প্ৰধান প্ৰমোদ বড়োৱে কয়, "নিৰ্বাচনৰ বাবে কথা পাতিবলৈ সময় আছে । এনেইতো ডিচেম্বৰত চৰকাৰৰ টাৰ্মছটো শেষ হয় । কিন্তু ইয়াৰ আগে-পিছে কোনবা সময়ত নিৰ্বাচন যদি হয়ো তেতিয়াও আমি সাজু আছোঁ । যোৱা চাৰিটা বছৰত মূল মূল বিষয়বোৰৰ ওপৰত আমি ইতিমধ্যে কাম কৰিলোঁ । শান্তি আহিল বিটিআৰ অঞ্চলত । সকলোৱে নিৰাপত্তা পালে । এটা ভাল বাতাৱৰণ আহিল ।"তেওঁ লগতে কয়, "এইটো সময়ত যিটো নিৰ্বাচন আহিব সেইটো এটা সুস্থ পৰিৱেশত হ'ব । আগৰ সময়ত বন্দুক-বাৰুদ, অসপ ভয়-ভাবুকিত নিৰ্বাচনবিলাক হৈছিল । আজিৰ তাৰিখত গণতন্ত্ৰ শক্তিশালী হ'ল । গতিকে ভাল পৰিৱেশত নিৰ্বাচন হ'ব । সকলো ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।"লগতে পঢ়ক :কয়লা ছিণ্ডিকেটৰ চৰ্দাৰ কোন ? সত্যৰ সন্ধানত প্ৰদেশ কংগ্ৰেছ - UMRANGSO COAL MINE TRAGEDYলগতে পঢ়ক :লক্ষ্য ’২৬ : এইবাৰ সংখ্যালঘু সমষ্টিত বিজেপিৰ চকু - 2026 ASSAM POLLS

Category

🗞
News
Transcript
00:00I have a lot of time because of the elections.
00:04Elections are held in December.
00:09But if there is an election before that, I will be happy.
00:15I have been working on this issue since the beginning of this year.
00:22I have been working on this issue since the beginning of this year.
00:29Elections are held in December.
00:35But if there are elections in March, December and December,
00:40I will be happy.
00:43But if there is an resistant party, for example,
00:48we will have opportunities to work with them proactively.
00:54That is why I have been 아침,
01:27I'm a UPPL, BJP, Metro Zone, and I'm a UPPL as well.
01:31I can play my role as a lawyer, I believe.
01:37On the 30th, I will be releasing a vision document.
01:43I have said this many times before, and I will say it again today.
01:48I will be releasing the government's vision document on the 30th,
01:53and I will also announce what I will do in the next 5 years.
02:02And I will announce what I will do in the next 5-6 years.

Recommended