কেইবাগৰাকীও মহিলাক বিয়া পাতি শাৰীৰিক নিৰ্যাতন চলোৱা স্বামীক উত্তম মধ্যম, চাওক VIDEO

  • 5 years ago
বিয়া কৰোৱাৰ পিছৰে পৰাই কানু দাসে পত্নীক বিছনাত হাত ভৰি বান্ধি উলংগ কৰি সুৰাপান কৰাই শাৰীৰিক নিৰ্যাতন চলোৱাৰো অভিযাগ একাংশৰ।