তেজপুৰত দাউদাউকৈ জ্বলিল ছুখয়-৩০ যুঁজাৰু বিমান, চাওক ভিডিঅ’

  • 5 years ago
নিমিষতে জ্বলি ছাই হৈ পৰে বিমানখন।তেজপুৰৰ মিলনপুৰৰ শইকীয়া চুবুৰীৰ সমীপৰ এখন পথাৰত খহি পৰে বিমানখন। কথমপি প্ৰাণ ৰক্ষা বিমানখনত থকা ২ পাইলটৰ ।