CCTV কেমেৰাত বন্দী ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য, চাওক ভিডিঅ’

  • 5 years ago
ডিগবৈ চহৰৰ মাজমজিয়াতে সংঘটিত হ'ল এই ঘটনা। দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হ'ল CCTV কেমেৰাত। দুৰ্ঘটনাত আহত দীপা ফুকন ডিব্ৰুগড়ৰ শংকৰদেৱ নাৰ্চিংহোমত সংকটজনক অৱস্থাত চিকিৎসাধীন।