আবেগিক হ’ল যতীন বৰা, পৰৱৰ্তী ছবিত যতীন বৰাৰ বিপৰীতে প্ৰস্তুতি পৰাশৰ! চাওক ভিডিঅ’

  • 5 years ago
ৰত্নাকৰৰ প্ৰতি অসমবাসীৰ মৰম দেখি আবেগিক হ’ল অভিনেতা যতীন বৰা । ৰঙিয়াৰ ছবিগৃহত জুবিন গাৰ্গক ধন্যবাদ জনালে যতীন বৰাই