PHULL HOI PHULILA ফুল হৈ ফুলিলা by MON POROKH || SINAKI 2020 (Lyrical Video)

  • 5 years ago
GEET MUSIC PRODUCTION PRESENTS

Album : SINAKI 2020

Song : PHULL HOI PHULILA

Singer : MON POROKH

Lyrics & Tune : Dichang Moon

Music - Mix - Master : Geet Bharali

Audio Producer : Geet Bharali

Editor: BIMAN BORUAH AXOMIYA (Studio Maa Movie) & Satyajit Deudhai Phukon


Special Thanks :

Jyotika Bhante, Nihar Jit, Raj kashyap, Rahul Tai,
Bijoy Gogoi, Dhruv Rickz, Bhupen Gogoi, Bijit Borpatra,
Pallav Maina, Sunu Xarma & Sunita.


ফুল হৈ ফুলিলা যেতিয়া
পখিলা পৰিবই,
যৌৱনে চুলেহি এতিয়া
মৰম জাগিবই,
মৰমৰে নৈ যাব দিয়া বৈ
সৰু সৰু আশাবোৰ বুকুতে লৈ।

কজলা কজলা তোমাৰ দুচকুৰ কাজলে
পগলা পগলা পগলা কৰিলে....
কজলা কজলা তোমাৰ দুচকুৰ কাজলে
পগলা পগলা পগলা কৰিলে....
মৰমৰে নৈ যাব দিয়া বৈ
সৰু সৰু আশাবোৰ বুকুতে লৈ।

সোণাৰু হালধীয়া ঔ মৰম ঔ মৰম
দেখিবলে ধুনীয়া......
তোমাৰে মৰমে কৰিছে পগলা
তুমি জানানে নাজানা....
সোণাৰু হালধীয়া ঔ মৰম ঔ মৰম
দেখিবলে ধুনীয়া......
তোমাৰে মৰমে কৰিছে পগলা
তুমি জানানে নাজানা....
সপোনতে আহিবা মৰমেৰে মাতিবা
কাষতে বহি লৈ চুমা এটি যাচিবা
সপোনতে আহিবা মৰমেৰে মাতিবা
কাষতে বহি লৈ চুমা এটি যাচিবা
ফুল হৈ ফুলিলা যেতিয়া
পখিলা পৰিবই,
যৌৱনে চুলেহি এতিয়া
মৰম জাগিবই,
মৰমৰ নৈ যাব দিয়া বৈ
সৰু সৰু আশাবোৰ বুকুতে লৈ।
সৰু সৰু আশাবোৰ বুকুতে লৈ।
সৰু সৰু আশাবোৰ বুকুতে লৈ।
সৰু সৰু আশাবোৰ বুকুতে লৈ।

Don't Forget To Subscribe Our Channel
আপোনালোকৰ সপোনবোৰক ৰং তুলিকাৰে বাস্তবত ধৰাই আমাৰ প্ৰয়াস
নমস্কাৰ
ষ্টুডিঅ' মা মভী (StudioMaaMovie) লৈ আন্তৰিক অভিনন্দন || যদি আপুনি আমাৰ ▶Dailymotion Channel▶ টোত নতুন তেন্তে Channelটো Subscribe কৰিবলৈ নাপাহৰিব || যদি Channelটোত থকা গীত/কাহিনী সমূহৰ ভাল লাগে তেন্তে আমাৰ Dailymotion Channel টো Plaese যিমান পাৰে Share কৰি Channelটো আগুৱাই যাবলৈ সহায় কৰিব || লগতে আমাৰ ভুল শুদ্ধ বোৰ বিবেচনা কৰি like আৰু Comment কৰিব।
এনেকুৱা নতুন ঝুমুইৰ, বাগানিয়া, সাদৰি,অসমীয়া,আদিবাসী,কাহিনী আৰু বহুতো গীত সদায় পাই থাকিবৰ (notification) বাবে ▶bell icon▶টিপিবলৈ নাপাহৰিব ধন্যবাদ ||
যদি আপোনালোকৰ গীত সমূহ দিবলৈ যোগাযোগ কৰে : 9707779883 (W) 7002062393(C)

Recommended