বানে বুৰালে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ, উজনি-নামনিৰ যোগাযোগ বিচ্ছিন্ন

  • 5 years ago
হালধিবাৰী থানৰ সমীপত তিনিঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰে বাগৰিছে পানী ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৮০শতাংশ জলমগ্ন হৈ পৰাত ওখ স্থানলৈ ঢাপলি মেলিছে বন্য জীৱ-জন্তু। ইফালে কাজিৰঙাত দিনৰ ২ বজাৰ পৰা প্ৰৱৰ্তন কৰা হৈছে টাইম কাৰ্ড। গাড়ীৰ গতিবেগ ঘণ্টাত ৪০ কিলোমিটাৰ কৰাৰ আহ্বান বন বিভাগৰ।

Category

🗞
News

Recommended