Assam Election Result 2019: মোদীময় দেশ, বিশালকায় লাডু মুম্বাইত

  • 5 years ago
মুম্বাইৰ বিজেপি কাৰ্যালয়ৰ বাহিৰত উৎসাহ-উদ্দীপনা। এটা বিশালকায় লাডু প্ৰস্তুত কৰিলে বিজেপি কৰ্মীসকলে। নাচি-বাগি, এজনে আনজনক মিঠাই খুৱাই আনন্দ প্ৰকাশ কৰ্মীসকলৰ। 

Recommended